ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ উড়িয়া ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

উড়িয়া   বিশেষ্য

ଅର୍ଥ : উৰিষ্যাৰ অধিবাসী

ଉଦାହରଣ : এই ছাত্রাৱাসটোত কেৱল উড়িয়াহে থাকিব পাৰিব

ଅର୍ଥ : যি লিপিত উড়িয়া ভাষা লিখা হয়

ଉଦାହରଣ : লʼৰাটোৱে মন্দিৰৰ ওপৰত উড়িয়াত লিখি থোৱা কথাখিনি পঢ়িবলৈ চেষ্টা চলায় আছে

ସମକକ୍ଷ : উড়িয়া লিপি

উড়িয়া   বিশেষণ

ଅର୍ଥ : উৰিষ্যাৰ বা উৰিষ্যাৰ সৈতে সম্বন্ধ থকা

ଉଦାହରଣ : আমি উৰিয়া নৃত্য চাবলৈ গৈছিলোঁ

ସମକକ୍ଷ : উৰিয়া

ଅର୍ଥ : উড়িয়া ভাষাৰ বা উড়িয়া ভাষাৰ সৈতে সম্বন্ধ থকা

ଉଦାହରଣ : পুৰীৰ বিষয়ে অধিক জানিবলৈ মই ভালেমান উড়িয়া কিতাপ অধ্যয়ন কৰিলোঁ