ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ উঠাই দিয়া ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

উঠাই দিয়া   ক্ৰিয়া

ଅର୍ଥ : প্রথা বন্ধ কৰা কার্য

ଉଦାହରଣ : আমি সমাজৰ পৰা যৌতুক প্রথা উঠাই দিব লাগে

ସମକକ୍ଷ : নিষিদ্ধ কৰা, বন্ধ কৰা

ଅର୍ଥ : উঠিবলৈ প্ৰবৃত্ত কৰা

ଉଦାହରଣ : চাকৰণীজনীয়ে দুৰ্বল ককাদেউতাক বিছনাত উঠাই দিলে

ସମକକ୍ଷ : উঠোৱা

ଅର୍ଥ : কাৰোবাক কোনো অভিমান উৎপন্ন কৰা

ଉଦାହରଣ : তেওঁক বেছি নুঠাবা ৰমেশে তোষামোদ কৰি মহেশক উঠাই দিলে

ସମକକ୍ଷ : উঠোৱা