ଅର୍ଥ : হিচাপত অহা বা সোমোৱা এক অৱস্থা
ଉଦାହରଣ :
এক কিলোত মাত্র পাঁচটা আম উঠিল
ଅର୍ଥ : প্রথমৰ পৰাই অধিক উচ্চতাত থকা এক স্থিতি
ଉଦାହରଣ :
পঢ়াশালিৰ ভেটি কমৰলৈকে উঠিছে
ସମକକ୍ଷ : ওখ হোৱা
ଅର୍ଥ : কোনো চিহ্ন আদি ওলাই অহা
ଉଦାହରଣ :
অতিপাত গৰমৰ কাৰণে গোটেই গাতে ঘামচি উঠিছে
ଅର୍ଥ : গাই, মʼহ, ঘোঁৰা আদিৰ সংগমৰ ইচ্ছা জাগ্ৰত হোৱা কাৰ্য
ଉଦାହରଣ :
কালিৰ পৰা গাইজনী জাগিছে
ସମକକ୍ଷ : জাগা
ଅର୍ଥ : পদ, মর্যাদা, বর্গ আদিত আগ বঢ়া
ଉଦାହରଣ :
নিজৰ তীক্ষ্ণ বুদ্ধিৰ কাৰণে তেওঁ একেবাৰতে পঞ্চম শ্রেণীৰ পৰা অষ্টম শ্রণীলৈ উঠিলে
ଅର୍ଥ : মনলৈ অহা বা ধ্যানত উদয় হোৱা
ଉଦାହରଣ :
মোৰ মনত এই কথাটো উঠিছে যে আজিকালি মীনা স্কুললৈ কিয় নাহে ?
ଅର୍ଥ : ওপৰলৈ যোৱা বা বগোৱা
ଉଦାହରଣ :
সূর্য ্লাহে-লাহে উঠি আছে