ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি আচাৰ-বিচাৰ, নীতি আদিৰ দৃষ্টিৰে মহান হয়
ଉଦାହରଣ : আমি আমাৰ পূর্বপুৰুষৰ উচ্চ আদর্শৰ ্পালন কৰিব লাগে
ସମକକ୍ଷ : শ্রেষ্ঠ
ଅର୍ଥ : বহুত ডাঙৰ বিশেষ উচ্চতা সম্পন্ন বা যাৰ বিস্তাৰ ওপৰলৈ অধিক হয়
ଉଦାହରଣ : এভাৰেষ্ট হিমালয়ৰ সকলোতকৈ উচ্চত অৱস্থিত
ସମକକ୍ଷ : ওখ, ওখ-পাখ, চৰা, টিং, শিখৰ
ଅର୍ଥ : জাতি, পদ, গুণ আদিৰ বিচাৰত ওপৰৰজন
ଉଦାହରଣ : শ্যাম উচ্চ বংশৰ
ଅର୍ଥ : দীঘল শৰীৰৰ
ଉଦାହରଣ : অমিতাভ বচ্চন ওখ ব্যক্তি
ସମକକ୍ଷ : উচ্চতাযুক্ত, উচ্চতাসম্পন্ন, ওখ
ସଂସ୍ଥାପନ କରନ୍ତୁ