ଅର୍ଥ : বিশ্বাস আদি ভাৱনাবোৰ স্থিৰ হৈ নথকা
ଉଦାହରଣ :
এনেকুৱা পৰিস্থিত লʼৰাবোৰৰ আত্মবিশ্বাসত উগুল-থুগুল লাগে
ସମକକ୍ଷ : অস্থিৰ হোৱা
ଅର୍ଥ : কাৰোবাৰ মনত কোনো কথাৰ ইচ্ছা বা উৎকণ্ঠা জগোৱা
ଉଦାହରଣ :
দাদা বিদেশৰ পৰা উভতি অহাৰ খবৰ শুনি নবৌৰ মনটো উগুল-থুগুল লাগিল