ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : উদ্বিগ্ন হোৱা অৱস্থা বা ভাব
ଉଦାହରଣ : উদ্বিগ্নতাৰ কাৰণেই মই এই কামটোত মন বহুৱাব পৰা নাই
ସମକକ୍ଷ : উচপিচ, উচপিচনি, উদ্বগ্নতা, উৎকণ্ঠা, বিহ্বলতা
ଅର୍ଥ : দোদুল্যমান, অশান্তি, কঠিনতা তথা ভয়ৰ পৰা ওপজা মনৰ অৱস্থা
ଉଦାହରଣ : মই এই কামটো কিমান সোনকালে শেষ কৰিব পাৰো দিনে-ৰাতিয়ে মোৰ তাৰেই চিন্তা হৈ থাকে
ସମକକ୍ଷ : খুদুৱনি, চিন্তা, চিন্তা-ভাৱনা, ভাবনা, ভাবনি, ভাৱনা
ସଂସ୍ଥାପନ କରନ୍ତୁ