ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ইলাচী ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ইলাচী   বিশেষ্য

ଅର୍ଥ : মছলা হিচাপে ব্যৱহাৰ কৰা এবিধ চিৰসেউজ গছৰ সুগন্ধি বীজ

ଉଦାହରଣ : মোহনে চাহখিনি সুস্বাদু কৰিবৰ কাৰণে ইলাচী আৰু আদা দিছে

ଅର୍ଥ : এজোপা চিৰসেউজীয়া বৃক্ষ যাৰ ফলৰ পৰা পোৱা সুগন্ধী বীজ মছলা হিচাপে ব্যৱহাৰ হয়

ଉଦାହରଣ : এই বাগিচাত ইলাচী আদিৰ গছ আছে