ଅର୍ଥ : মানুহে অলৌকিক আৰু অমানৱীয় বুলি বিবেচনা কৰা এক ধৰণৰ আশ্চর্যজনক ্কাম
ଉଦାହରଣ :
চন্দ্রকান্তাৰ কাহিনী মায়া-জালেৰে ভৰি আছে
ସମକକ୍ଷ : ইন্দ্র-জাল, চমৎকাৰ, মায়া জাল, মায়া-জাল, যাদু
ଅର୍ଥ : ভেল্কীবাজিৰ কাম
ଉଦାହରଣ :
তেওঁৰ ভেল্কীবাজি চোৱাত সকলো মছগুল আছিল
ସମକକ୍ଷ : টাটক-নাটক, ভেলেকিবাজি, ভেল্কীবাজি