ଅର୍ଥ : ইটালীৰ অধিবাসী
ଉଦାହରଣ :
সেই ইটালিয়ানজনে গাঁওবাসীৰ ফটো তুলিলে
ସମକକ୍ଷ : ইটালী বাসী, ইটালী-বাসী, ইটালীবাসী
ଅର୍ଥ : ইটালীৰ বা ইটালীৰ সৈতে সম্বন্ধ থকা
ଉଦାହରଣ :
ইটালিয়ান পৰিব্রাজক মার্কো পʼলʼই এছিয়াৰ অন্বেষণ কৰিছিল