ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ইংলিচ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ইংলিচ   বিশেষ্য

ଅର୍ଥ : ব্রিটেইনৰ লগতে পৃথিৱীৰ অন্যান্য দেশতো প্রচলিত ইংৰাজসকলৰ ৰাজভাষা

ଉଦାହରଣ : তেওঁ হিন্দীৰ লগতে ইংৰাজী ভাষাও সলসলীয়াকৈ কʼব পাৰে

ସମକକ୍ଷ : ইংৰাজী, ইংৰাজী ভাষা

ইংলিচ   বিশেষণ

ଅର୍ଥ : ইংৰাজী ভাষাৰ সৈতে সম্বন্ধ থকা বা ইংৰাজী ভাষাৰ

ଉଦାହରଣ : আমি ইংৰাজী চিনেমা চাবলৈ গৈছিলোঁ

ସମକକ୍ଷ : ইংৰাজী