ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ আৱিষ্কাৰ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

আৱিষ্কাৰ   বিশেষ্য

ଅର୍ଥ : প্রথমতে কোনোৱে ভাবি নোপোৱা বা নবনোৱা কোনো নতুন বস্তু তৈয়াৰ কৰা বা নতুন কথা বিচাৰ কৰি উলিওৱা কার্য

ଉଦାହରଣ : কম্পিউটাৰৰ আৱিষ্কাৰে সমাজলৈ আমূল পৰিৱ্্র্তন আনিলে

ସମକକ୍ଷ : উদ্ভাৱন

ଅର୍ଥ : কোনো বস্তু কʼত কেনেকৈ আছে সেইয়া চাবৰ কাৰণে বা পাবলৈ বিচাৰ কৰা কার্য

ଉଦାହରଣ : কলম্বাছে আমেৰিকাৰ আৱিষ্কাৰ কৰিছিল

ସମକକ୍ଷ : খোজ, সন্ধান