ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যাক বন্ধা হৈছে
ଉଦାହରଣ : ৰামচৰিত মানসত তুলসীদাসে দোহা-চতুষ্পদীৰ ৰচনা আৱদ্ধ ছন্দত কৰিছে
ସମକକ୍ଷ : অমুক্ত, নিৱদ্ধ
ଅର୍ଥ : আৱদ্ধ হৈ থকা
ଉଦାହରଣ : পিঞ্জৰাৰ চৰাইবোৰৰ আৱদ্ধ স্থিতি দেখি পুতৌ হয়
ସମକକ୍ଷ : বন্ধ
ଅର୍ଥ : যিটো ওলাব-সোমাব নোৱাৰা হৈ থাকে বা পথত বাধাৰ সৃষ্টি হয়
ଉଦାହରଣ : সৌ বন্ধ নলাটো চাফা কৰি আছে
ସମକକ୍ଷ : অৱৰুদ্ধ, অৱৰোধিত, নিৰুদ্ধ, বন্ধ, বাধাগ্রস্ত, ৰুদ্ধ
ସଂସ୍ଥାପନ କରନ୍ତୁ