ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ আহ্লাদিত ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

আহ্লাদিত   বিশেষণ

ଅର୍ଥ : যিয়ে প্রসন্নতা লাভ কৰিছে

ଉଦାହରଣ : মনোজে পদোন্নতিৰ খবৰ শুনাবৰ কাৰণে প্রফুল্ল মনেৰে ঘৰ পালেগৈ

ସମକକ୍ଷ : আনন্দ বিহ্বল, আনন্দময়, আনন্দময়ী, আনন্দিত, উত্রাৱল, উল্লসিত, উৎফুল্ল, উৎফুল্লিত, উৰুলিকৃত, প্রফুল্ল, প্রফুল্লিত, সন্তুষ্ট, হৃষ্ট

ଅର୍ଥ : যিজনৰ মন আনন্দেৰে ভৰি পৰিছে:আনন্দিত হৈ থকা ব্যক্তিয়ে যিকোনো কাম ভাল ধৰণে কৰিব পাৰে

ଉଦାହରଣ :

ସମକକ୍ଷ : আনন্দ-বিহ্বল, আনন্দময়, আনন্দময়ী, আনন্দিত, উল্লসিত, উৎফুল্ল, উৎফুল্লিত, প্রফুল্ল, প্রফুল্লিত, প্রসন্ন, সন্তুষ্ট, হৃষ্ট

ଅର୍ଥ : যিহৰ মনোৰঞ্জন হৈছে

ଉଦାହରଣ : শিশু অভিনেতাসকলে দেখুওৱা নাটক চাই সকলো আনন্দিত হʼল

ସମକକ୍ଷ : আনন্দিত, প্রহ্লাদিত, মনোৰঞ্জিত