ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যিটো খোৱাৰ যোগ্য
ଉଦାହରଣ : খাদ্যফল ধুইহে ব্যৱহাৰ কৰিব লাগে
ସମକକ୍ଷ : অশনীয়, খাদ্য, ভক্ষণীয়, ভক্ষ্য, ভোজ্য
ଅର୍ଥ : আহাৰৰ বা আহাৰ সম্বন্ধীয়
ଉଦାହରଣ : মায়ে আহার্য বস্তুবোৰক বন্ধ টেমাত থৈছে
ସଂସ୍ଥାପନ କରନ୍ତୁ