ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : এনেকুৱাই হʼব বুলি নিশ্চিত কৰা
ଉଦାହରଣ : বিশ্বাসৰ ওপৰতে দুনীয়া বর্তি আছে ভগৱানৰ ওপৰত ভৰসা ৰাখক, আপোনাৰ হেৰোৱা লʼৰা বিচাৰি পাব
ସମକକ୍ଷ : প্রতীতি, প্রত্যয়, বিশ্বাস, ভৰসা, সঁ্জাত, সঞ্জাত
ଅର୍ଥ : ভাল স্বভাৱ-চৰিত্রৰ, ভাল মনৰআৰু ঠগ, কপটতা নথকা ভাব
ଉଦାହରଣ : অবিনাশে সকলো কামেই বিশ্বাস সহকাৰে কৰে
ଅର୍ଥ : ঈশ্বৰ, ধর্ম ্বা ডাঙৰ লোকৰ প্রতি আদৰপূর্ণ ্বা পূজ্য ভাব প্রকাশ কোনো ভাল কাম
ଉଦାହରଣ : ভগৱানৰ প্রতি মনত শ্রদ্ধা থকা উচিত
ସମକକ୍ଷ : আদৰভাব, নিষ্ঠা, শ্রদ্ধা
ସଂସ୍ଥାପନ କରନ୍ତୁ