ଅର୍ଥ : অসত্য বা মিছা মতা কার্য
ଉଦାହରଣ :
কিছুমান মানুহ মিছা মতাত ইমানেই অভ্যস্ত হৈ পৰে যে তেওঁলোকৰ মুখৰ পৰা সত্য কথা নোলায়েই
ସମକକ୍ଷ : মিছা মতা
ଅର୍ଥ : কোনো কাম বা কথাত সন্মতি নিদিয়া
ଉଦାହରଣ :
তেওঁ ্ মোৰ মতটোক অস্বীকাৰ কৰিলে
ସମକକ୍ଷ : অস্বীকাৰ কৰা, নাথুকাৰ কৰা, নুই কৰা, মানি নোলোৱা