ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো আশ্চর্যজনক ্ বা অদ্ভূত কাম বা ব্যাপাৰ যি সাধাৰণতে দেখিবলৈ পোৱা নাযায় আৰু যাক অলৌকিক আৰু অসম্ভৱ বুলি জনা যায়
ଉଦାହରଣ : পাগল মানুহজনক ভাল কৰি বাবাজীজনে চমৎকাৰ কৰি দিলে
ସମକକ୍ଷ : অদ্ভুত কাম, অবাক, আচৰিত, চমক, চমৎকাৰ, তবধ, বিস্ময়
ଅର୍ଥ : যি বিশেষ লক্ষণযুক্ত
ଉଦାହରଣ : মৎস্যকন্যা এক অসাধাৰণ জীৱ
ସମକକ୍ଷ : অত্যাশ্চার্য, অদ্ভূত, অপূর্ব, অভিনৱ, অভূতপূর্ব, অসাধাৰণ, আজব, আজৱ, চমকপ্রদ, বিচিত্র, বিস্ময়াবহ, ্ আশ্চর্যজনক
ସଂସ୍ଥାପନ କରନ୍ତୁ