ଅର୍ଥ : আর্মেনিয়াৰ নিবাসী
ଉଦାହରଣ :
আর্মেনিয়ান সকলৰ ওপৰত প্রায় পাঁচ হাজাৰ পাঁচ শ বছৰৰ আগতে প্রতিবেশী ৰাজ্যই আক্রমণ কৰিছিল
ସମକକ୍ଷ : আর্মেনিয়া বাসী, আর্মেনিয়া-বাসী, আর্মেনিয়াবাসী
ଅର୍ଥ : আর্মেনিয়ান ভাষাৰ লিপি
ଉଦାହରଣ :
আর্মেনিয়ান বর্ণ্্মালাত আঠত্রিশটা আখৰ আছে
ସମକକ୍ଷ : আর্মেনিয়ান লিপি
ଅର୍ଥ : আর্মেনিয়া সৈতে সম্পর্কীত বা আর্মেনিয়াৰ
ଉଦାହରଣ :
তেওঁ আর্মেনিয়ান সংগীতৰ আনন্দ লৈ আছে