ଅର୍ଥ : বিৰক্ত হোৱা ভাব বা যি মনৰ মাজত খং পুহি ৰাখে
ଉଦାହରଣ :
মোৰ কথা শুনি ্তেওঁ বিৰক্তি অনুভৱ কৰিলে
ସମକକ୍ଷ : অসন্তুষ্টতা, তিক্ততা, বিৰক্তি
ଅର୍ଥ : কাৰোবাক বিৰক্ত কৰিবৰ কাৰণে কৰা কোনো কার্য ্বা ভাব
ଉଦାହରଣ :
আমনি কৰাৰ কাৰণে ৰামুৰ ওপৰত মাৰ পৰিল
ସମକକ୍ଷ : বিৰক্তি
ଅର୍ଥ : বিৰক্তিৰ অৱস্থা বা ভাৱ
ଉଦାହରଣ :
তেওঁৰ লগত ্ধেমালি নকৰিবা, তেওঁ সৰু সৰু কথাতে বিৰক্ত হৈ পৰে
ସମକକ୍ଷ : বিৰক্তি