ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি শক্তিৰ দ্বাৰা চকুৰে কোনো বস্তুৰ ৰূপ ধৰিব পাৰে
ଉଦାହରଣ : সূর্য উদয় ্ হোৱাৰ লগে লগে চাৰিওফালে পোহৰ বিয়পি পৰিল
ସମକକ୍ଷ : আলোক, জ্যোতি, দীপ্তি, দ্যুতি, পোহৰ, প্রকাশ, প্রদীপ, প্রদীপ্তি, প্রভা, বিভা
ଅର୍ଥ : সামান্য মিল থকা
ଉଦାହରଣ : তেওঁৰ কবিতাত ছায়াবাদৰ আভাস দেখা যায়
ସମକକ୍ଷ : আভাস, প্রতীতি
ଅର୍ଥ : এক ধৰণৰ প্রকাশ বা পোহৰ
ଉଦାହରଣ : তেওঁৰ চেহেৰাৰ জেউতি স্পষ্টৰূপত জিলিকি আছিল
ସମକକ୍ଷ : কান্তি, জেউতি, জ্যোতি, দীপ্তি, দ্যুতি, প্রভা, বিভা
ଅର୍ଥ : ৰত্নৰ উজ্জ্বলতা বা দীপ্তি
ଉଦାହରଣ : হীৰাৰ চিকমিকনিয়ে চকু চাঁট মাৰি ধৰিছে
ସମକକ୍ଷ : উদ্দীপ্তি, কান্তি, চকমক, চকমকনি, চমক, চিকমিক, চিকমিকনি, ছাটি, জকমকনি, জলমলনি, জিলিকনি, ঝকমকনি, ঝিলিকনি
ସଂସ୍ଥାପନ କରନ୍ତୁ