ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ আভা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

আভা   বিশেষ্য

ଅର୍ଥ : যি শক্তিৰ দ্বাৰা চকুৰে কোনো বস্তুৰ ৰূপ ধৰিব পাৰে

ଉଦାହରଣ : সূর্য উদয় ্ হোৱাৰ লগে লগে চাৰিওফালে পোহৰ বিয়পি পৰিল

ସମକକ୍ଷ : আলোক, জ্যোতি, দীপ্তি, দ্যুতি, পোহৰ, প্রকাশ, প্রদীপ, প্রদীপ্তি, প্রভা, বিভা

ଅର୍ଥ : সামান্য মিল থকা

ଉଦାହରଣ : তেওঁৰ কবিতাত ছায়াবাদৰ আভাস দেখা যায়

ସମକକ୍ଷ : আভাস, প্রতীতি

ଅର୍ଥ : এক ধৰণৰ প্রকাশ বা পোহৰ

ଉଦାହରଣ : তেওঁৰ চেহেৰাৰ জেউতি স্পষ্টৰূপত জিলিকি আছিল

ସମକକ୍ଷ : কান্তি, জেউতি, জ্যোতি, দীপ্তি, দ্যুতি, প্রভা, বিভা

ଅର୍ଥ : ৰত্নৰ উজ্জ্বলতা বা দীপ্তি

ଉଦାହରଣ : হীৰাৰ চিকমিকনিয়ে চকু চাঁট মাৰি ধৰিছে

ସମକକ୍ଷ : উদ্দীপ্তি, কান্তি, চকমক, চকমকনি, চমক, চিকমিক, চিকমিকনি, ছাটি, জকমকনি, জলমলনি, জিলিকনি, ঝকমকনি, ঝিলিকনি