ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যিটো মেৰোৱাই থোৱা আছে
ଉଦାହରଣ : মাকে চাদৰেৰে আবৃত শিশুটোক পালেঙত শুৱাই দিলে
ସମକକ୍ଷ : পৰিবৃত
ଅର୍ଥ : লুকাই থকা বা ঢাকি থোৱা
ଉଦାହରଣ : আচ্ছাদিত ঘৰটোৰ প্রতিটো কোণত ভুমুকি মৰা হৈছে
ସମକକ୍ଷ : আচ্ছাদিত, প্রচ্ছন্ন
ଅର୍ଥ : যাক কোনো বস্তু আদিৰে ঢাকি থোৱা হৈছে
ଉଦାହରଣ : লʼৰাটোৱে মেঘেৰে ঢকা আকাশখন চাই আছিল
ସମକକ୍ଷ : আচ্ছন্ন, আচ্ছাদিত, ঢকা-, প্রচ্ছন্ন, প্রচ্ছাদিত আৱৰা-, সমাচ্ছন্ন
ସଂସ୍ଥାପନ କରନ୍ତୁ