ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ আধাৰ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

আধাৰ   বিশেষ্য

ଅର୍ଥ : ঘৰ বনোৱাৰ সময়ত ঘৰৰ যিটো মূল ভাগ দেৱালৰ দৃঢ়তাৰ বাবে মাটি খান্দি তাৰ পৰা ইটা গাঁথি বনোৱা হয়

ଉଦାହରଣ : আধাৰ মজবুত হʼলেহে বহু মহলাৰ ইমাৰত সাজিব পাৰি

ଅର୍ଥ : যাৰ ওপৰত কোনো বেলেগ বস্তু থিয় কৰাই ৰখা হয়

ଉଦାହରଣ : যিকোনো বস্তুৰে আধাৰ মজবুত হোৱা উচিত

ସମକକ୍ଷ : অৱলম্বন, আশ্রয়

ଅର୍ଥ : কিবা ৰাখিবৰ কাৰণে মানুহ তৈয়াৰ কৰি লোৱা বস্তু

ଉଦାହରଣ : তেওঁ কুকুৰটোক মাটিৰ পাত্রত গাখীৰ খুৱাই আছে

ସମକକ୍ଷ : আধান, ধাৰক, নিধান, পাত্র, ভাণ্ড

ଅର୍ଥ : কোনো কথাৰ স্পষ্টীকৰণৰ বাবে আৱশ্যক হোৱা অন্তর্নিহিত মূল পূর্বানুমান

ଉଦାହରଣ : আপুনি মোক কি আধাৰত এনেদৰে কৈছে

আধাৰ   বিশেষণ

ଅର୍ଥ : কোনো বস্তুৰ মূল বা তত্ত্বৰ সৈতে সম্বন্ধ ৰাখোতা

ଉଦାହରଣ : সত্য, অহিংসা আৰু প্রেম হৈছে সংস্কৃতিৰ আধাৰ

ସମକକ୍ଷ : বুনিয়াদ, মূল