ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো কাম কৰাৰ আগতে সেই সম্পর্কে ্আজ্ঞাৰ ৰূপত জ্যেষ্ঠজনৰ পৰা লোৱা স্বীকৃতি
ଉଦାହରଣ : ডাঙৰৰ অনুমতি অবিহনে কোনো কাম কৰা উচিত নহয়
ସମକକ୍ଷ : অনুজ্ঞা, অনুমতি, আজ্ঞা
ଅର୍ଥ : (ডাঙৰে সৰুক) অমুক কার্য এনেদৰেহে হোৱা উচিত বুলি কোৱা কার্য
ଉଦାହରଣ : তেওঁ শিক্ষকৰ নির্দেশ অনুসৰি কাম কৰি সফল হʼল
ସମକକ୍ଷ : অনুজ্ঞা, আজ্ঞা, দিহা, দিহা-পোহা, দিহা-যুগুতি, দেশনা, নির্দেশ, নির্দে্শনা, ফৰমাচ, ফৰমান, হুকুম
ଅର୍ଥ : ডাঙৰে সৰুক কোনো কামৰ কাৰণে কোৱা কার্য
ଉଦାହରଣ : ডাঙৰৰ আজ্ঞা পালন কৰা উচিত
ସମକକ୍ଷ : অনুজ্ঞা, আজ্ঞা, হুকুম
ସଂସ୍ଥାପନ କରନ୍ତୁ