ଅର୍ଥ : মানুহৰ পৰা ধন আৰু কোনো বস্তু লৈ একগোট কৰা
ଉଦାହରଣ :
তেওঁ ব্যৱসায়ী সকলৰ পৰা কৰ আদায় কৰিছে
ସମକକ୍ଷ : সংগ্রহ কৰা
ଅର୍ଥ : মানুহৰ পৰা ধন বা আৰু কোনো বস্তু লৈ একগোট কৰা
ଉଦାହରଣ :
জমিদাৰে মানুহৰ পৰা কৰ আদায় কৰিছিল
ଅର୍ଥ : আনৰ পৰা নিজৰ ধন বা বস্তু লোৱা
ଉଦାହରଣ :
মহাজনে বন্ধকীয়াৰ পৰা দুগুণ আদায় কৰিলে