ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ আত্মীয় ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

আত্মীয়   বিশেষ্য

ଅର୍ଥ : নিজ কুলৰ লোক

ଉଦାହରଣ : আত্মীয়ৰ কল্যাণৰ ভাবেৰে কাম কৰিলে সমাজৰ মংগল নহয়

ସମକକ୍ଷ : কুটুম, কুটুম্ব, পৰিজন

ଅର୍ଥ : যাৰ আপোন লোকৰ সৈতে সম্বন্ধ বা সম্পর্ক আছে

ଉଦାହରଣ : আত্মীয়ৰ আগত কি লুকুৱাবা, আপুনিটো সকলো খবৰ জানে

ସମକକ୍ଷ : আত্মীয়-স্বজন, আপোন

ଅର୍ଥ : একেখন ঘৰৰে মানুহ

ଉଦାହରଣ : মোৰ পৰিয়ালৰ সকলোৱে একেলগে বহি খোৱা-বোৱা কৰে

ସମକକ୍ଷ : ঘৰ, পৰিজন, পৰিবাৰ, পৰিয়াল

আত্মীয়   বিশেষণ

ଅର୍ଥ : আপোনজনৰ সৈতে সম্বন্ধিত বা আপোনজনৰ

ଉଦାହରଣ : এইটো আমাৰ আত্মীয়ৰ মাজৰ বিষয়

ସମକକ୍ଷ : নিজৰ

ଅର୍ଥ : যি সম্বন্ধত নিজৰ কূলৰ অথবা পৰিয়ালৰ হয়

ଉଦାହରଣ : মনোহৰজী মোৰ আপোন খুৰা

ସମକକ୍ଷ : আপোন, পৰিজন, স্বজন