ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি কাৰোবাক হত্যা কৰিছে
ଉଦାହରଣ : এই মোকর্দ্্মাত সকলো হত্যাকাৰী ব্যক্তিক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহা হʼল
ସମକକ୍ଷ : অপঘাতক, অপঘাতী, খুনী, ঘাতক, নিহন্তা, প্রাণহন্তা, প্রাণহন্ত্রী, বধকর্ত্তা, বধকাৰী, বিনাশক, মাৰক, সংহাৰক, হত্যাকাৰী, হননকাৰী, হন্তাৰক, হন্ত্রী, ্বধকর্তা
ଅର୍ଥ : যিয়ে হিংসা কৰে
ଉଦାହରଣ : আজিকালিৰ মানুহবোৰ হিংসুক হৈ গৈ আছে
ସମକକ୍ଷ : নৃশংস, বর্বৰ, হিংসাপৰায়ণ, হিংসুক, হিংস্র
ସଂସ୍ଥାପନ କରନ୍ତୁ