ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি ভয় কৰি আছে
ଉଦାହରଣ : গাঁৱৰ ভিতৰত বাঘ সোমোৱাৰ খবৰ পোৱাৰ পিছত সকলো মানুহ আতংকিত হৈ পৰিল
ସମକକ୍ଷ : ত্রস্ত, ভয়াতুৰ, সন্ত্রস্ত
ଅର୍ଥ : ভয়তে মনে মনে থকা বা যি ভয় খাইছে
ଉଦାହରଣ : প্রিয়ংকাই সাপটো দেখাৰ লগে লগে আতংকিত হʼল
ସମକକ୍ଷ : ত্রস্ত
ଅର୍ଥ : যি ভয় খাইছে
ଉଦାହରଣ : অন্যায়ৰ দ্বাৰা ভীত নহৈ তাৰ বিৰুদ্ধে যুঁজিব লাগে
ସମକକ୍ଷ : অলপ-ধতুৱা, ত্রস্ত, ত্রাসান্বিত, ভীত, ভীতি-বিহ্বল, ভয়গ্রস্ত, ভয়ত্রস্ত, ভয়াতুৰ, ভয়ার্ত, ভয়াল, শংকিত, শঙ্কিত, সশংকিত, ্ত্রাসিত
ସଂସ୍ଥାପନ କରନ୍ତୁ