ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : সেই ঠাই বা সেই ঠাইৰ সৈতে সম্বন্ধিত
ଉଦାହରଣ : এইখন বেণাৰসৰ এখন স্থানীয় বাতৰি-কাকত
ସମକକ୍ଷ : স্থানীয়
ଅର୍ଥ : যʼত পোৱা যায় সেই ঠাইত জন্ম হোৱা বা উৎপন্ন হোৱা
ଉଦାହରଣ : উটপক্ষী অষ্ট্রেলিয়াৰ স্থানীয় চৰাই
ସମକକ୍ଷ : থলুৱা, দেশজ, দেশজাত, দেশী, দেশীয়, মূল, স্থানীয়
ଅର୍ଥ : কোনো ক্ষেত্রৰ বা ক্ষেত্রৰ সৈতে সম্বন্ধিত
ଉଦାହରଣ : আমাৰ বিদ্যালয়ত আঞ্চলিক ক্রীড়া প্রতিযোগিতাৰ আয়োজন কৰা হৈছে
ସମକକ୍ଷ : ক্ষেত্রীয়
ସଂସ୍ଥାପନ କରନ୍ତୁ