ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ আজ্ঞা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

আজ্ঞা   বিশেষ্য

ଅର୍ଥ : কোনো কাম কৰাৰ আগতে সেই সম্পর্কে ্আজ্ঞাৰ ৰূপত জ্যেষ্ঠজনৰ পৰা লোৱা স্বীকৃতি

ଉଦାହରଣ : ডাঙৰৰ অনুমতি অবিহনে কোনো কাম কৰা উচিত নহয়

ସମକକ୍ଷ : অনুজ্ঞা, অনুমতি, আদেশ

ଅର୍ଥ : (ডাঙৰে সৰুক) অমুক কার্য এনেদৰেহে হোৱা উচিত বুলি কোৱা কার্য

ଉଦାହରଣ : তেওঁ শিক্ষকৰ নির্দেশ অনুসৰি কাম কৰি সফল হʼল

ସମକକ୍ଷ : অনুজ্ঞা, আদেশ, দিহা, দিহা-পোহা, দিহা-যুগুতি, দেশনা, নির্দেশ, নির্দে্শনা, ফৰমাচ, ফৰমান, হুকুম

ଅର୍ଥ : ডাঙৰে সৰুক কোনো কামৰ কাৰণে কোৱা কার্য

ଉଦାହରଣ : ডাঙৰৰ আজ্ঞা পালন কৰা উচিত

ସମକକ୍ଷ : অনুজ্ঞা, আদেশ, হুকুম