ଅର୍ଥ : কাল, ঘটনা, স্থিতি আদিৰ ক্রমিক বিচাৰত আগত বা পূর্বত
ଉଦାହରଣ :
তেওঁৰ ঘৰতো পোৱাৰ আগতে এটা পুল পোৱা যায়
ସମକକ୍ଷ : আগতে
ଅର୍ଥ : সকলোতকৈ আগত........
ଉଦାହରଣ :
পথপ্রদর্শকজনে আমাক বাট দেখুৱাবলৈ আগে আগে গৈ আছিল
ସମକକ୍ଷ : আগত, সকলোতকৈ আগত