ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ আগতে ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

আগতে   ক্ৰিয়া বিশেষণ

ଅର୍ଥ : কাল, ঘটনা, স্থিতি আদিৰ ক্রমিক বিচাৰত আগত বা পূর্বত

ଉଦାହରଣ : তেওঁৰ ঘৰতো পোৱাৰ আগতে এটা পুল পোৱা যায়

ସମକକ୍ଷ : আগে আগে

ଅର୍ଥ : নি্র্ধাৰিত সময়তকৈ আগৰ

ଉଦାହରଣ : মই তেওঁক ্ আগৰে পৰা জানো

ସମକକ୍ଷ : অতীজৰে পৰা, আগৰে পৰা, ইতিপূর্বে, ইয়াৰ আগতে, পূর্বতঃ, পূর্বে, পূর্ৱতে

ଅର୍ଥ : পাৰ হৈ যোৱা সময়তে:অতীততে হৈ যোৱা ঘটনা মনত পেলাই তেওঁ কান্দিবলৈ ধৰিলে

ଉଦାହରଣ :

ସମକକ୍ଷ : অতীজতে, অতীততে, গত কালৰ, বিগত সময়ৰ