ଅର୍ଥ : কাৰোবাক হেয় কৰি ব্যঙ্গাত্মকভাৱে কোৱা কথা:তেওঁ ্ কথাই প্রতি ইতিকিং কৰে
ଉଦାହରଣ :
ସମକକ୍ଷ : ইতিকিং, কটাক্ষ, ব্যঙ্গ-উক্তি
ଅର୍ଥ : নিজে কৰা ভুলৰ উপল্্ব্ধি হোৱাৰ পিচত মনলৈ অহা দুখ বা গ্লানি ভাৱ
ଉଦାହରଣ :
দেউতাৰ কথা নমনাৰ বাবে মই অনুতাপ কৰিবলগীয়া হৈছে
ସମକକ୍ଷ : অনুতাপ, অনুশোচনা, আত্মগ্লানি