ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : খালী বা ৰিক্ত স্থান
ଉଦାହରଣ : তেওঁ শূন্যত ঘূৰি আছিল
ସମକକ୍ଷ : শূন্য
ଅର୍ଥ : মুকলি ঠাইত ওপৰলৈ চালে যি শূন্য মণ্ডল দেখা পোৱা যায়
ଉଦାହରଣ : আকাশখন কʼলা ডাৱৰে আৱৰি আছে
ସମକକ୍ଷ : অন্তৰীক্ষ, অভ্র, অম্বৰ, আসমান, খ, গগন, নভ, নভঃ, নভস, নীলিমা, ব্যোম, শূন্য
ସଂସ୍ଥାପନ କରନ୍ତୁ