ଅର୍ଥ : অকস্মাৎ হোৱা
ଉଦାହରଣ :
সোহনৰ আকস্মিক মৃত্যুৱে তেওঁৰ পৰিয়ালক পংগু কৰি তুলিলে
ସମକକ୍ଷ : অতর্কিত ; অপ্রত্যাশিত, অনপেক্ষিত
ଅର୍ଥ : অনতি পলমে বা অতি খৰ খেদাকৈ
ଉଦାହରଣ :
তেওঁ আকস্মিক বক্তৃতা প্রতিযোগিতাত ভাগ লʼলে