ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : আঁৰ কৰিবলৈ বিশেষকৈ দুৱাৰ-খিৰিকিত ওলোমাই ৰখা কাপোৰ
ଉଦାହରଣ : তেওঁৰ দুৱ্াৰত এখন উৱলি যোৱা পর্দা লগাই থৈছে
ସମକକ୍ଷ : আঁৰ-ক্াপোৰ, চিক, ঢাপলিকা, পর্দা, পর্দ্দা
ଅର୍ଥ : সন্মুখৰ বস্তু দেখা নোপোৱা এক ধৰণৰ বাধা
ଉଦାହରଣ : ৰামে বালীক গছৰ ্আঁৰৰ ্পৰা মাৰিলে
ଅର୍ଥ : দুটা বিন্দুৰ মাজত থকা স্থান বা সময়
ଉଦାହରଣ : কামৰ ফাঁকত তেওঁ ঘৰলৈ গʼল
ସମକକ୍ଷ : অন্তৰাল, গেপ, ফাঁক, ব্যৱধান
ସଂସ୍ଥାପନ କରନ୍ତୁ