ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ অৱৰোধ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

অৱৰোধ   বিশেষ্য

ଅର୍ଥ : গতি অৱৰুদ্ধ হোৱা স্থিতি

ଉଦାହରଣ : দুর্ঘ্্টনা হোৱাৰ কাৰণে পথ অৱৰোধ হৈ পৰিছে

ସମକକ୍ଷ : গতিৰোধ

ଅର୍ଥ : কোনো কাম, পথ, বিকাশ আদিৰ সন্মুখত উপস্থিত হৈ অসুবিধাৰ সৃষ্টি হোৱা অৱস্থা

ଉଦାହରଣ : মোহনে মোৰ সকলো কামতে বাধা জন্মায়

ସମକକ୍ଷ : অন্তৰায়, অসুবিধা, আলৈ-আহুকাল, আহুকাল, জেঙা, নিষেধ, প্রতিবন্ধ, প্রতিবন্ধক, প্রতিবন্ধকতা, বাধা, বাধা-নিষেধ, বাধা-বিঘিনি, বাধাদান, বিঘিনি, ব্যাঘাত, লেঠা, হকা-বধা, হেঙা-পুঙা, হেঙাৰ

ଅର୍ଥ : শত্রু, অপৰাধী আদিক ঘেৰাও কৰা বা ধৰিবৰ কাৰণে কোনো ঠাইৰ অহা-যোৱা কৰা পথ বন্ধ কৰা কার্য

ଉଦାହରଣ : ভাৰত আৰু পাকিস্তানৰ সীমাত সন্ত্রাসবাদীৰ অনুপ্রৱেশ ৰুধিবৰ কাৰণে পথ অৱৰোধ কৰা হৈছে

ସମକକ୍ଷ : অৱৰোধন, ঘেৰিধৰণ