ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : * বিষন্নতা বা উত্তেজনাৰ অৱস্থা
ଉଦାହରଣ : তেওঁ এই সময়ত এনে অৱস্থাত আছে যে তেওঁৰ লগত তর্ক ্কৰা ঠিক নহʼব
ସମକକ୍ଷ : দশা, স্থিতি
ଅର୍ଥ : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি
ଉଦାହରଣ : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়
ସମକକ୍ଷ : গতি, গতিক, দশা, ধৰণ, ধৰণ-কৰণ, পৰিস্থিতি, হাল, হালত, ৰূপ
ଅର୍ଥ : ৰসায়ন বিজ্ঞানত মানি লোৱা সকলো পদার্থ ্সমাহিত হোৱা সেই তিনিটা অৱস্থা
ଉଦାହରଣ : পদার্থ ্গোটা, জুলীয়া আৰু গেছীয় এই তিনিটা অৱস্থাত পোৱা যায়
ସଂସ୍ଥାପନ କରନ୍ତୁ