ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : দেখা কার্য
ଉଦାହରଣ : তেওঁক ্ চোৱাটো মোৰ বাবে জৰুৰী নহয়
ସମକକ୍ଷ : চোৱা-, দর্শন, দৃষ্টিপাত, নেত্রপাত, বিলোকন, লক্ষ্য
ଅର୍ଥ : ভালদৰে পৰীক্ষা-নিৰীক্ষা কৰি চোৱা কার্য
ଉଦାହରଣ : কোনো বস্তু ব্যৱহাৰ কৰাৰ আগতে ভালদৰে অৱলোকন কৰি চোৱা উচিত
ସମକକ୍ଷ : চোৱা-চিতা, দৃষ্টিপাত
ଅର୍ଥ : দেখা অৱস্থা বা ভাব
ଉଦାହରଣ : এই বস্তুটো দেখনত ভাল
ସମକକ୍ଷ : চাৱনি, দর্শন, দেখন, ্চাৱন
ସଂସ୍ଥାପନ କରନ୍ତୁ