ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি তলমূৰ কৰি আছে
ଉଦାହରଣ : ফল লগাৰ সময়ত গছবোৰ অধোনমিত হয়
ସମକକ୍ଷ : অধোগত, অধোগামী, অধোনমিত, অধোমুখী, অৱনত, নিম্নগত, নিম্নগামী
ଅର୍ଥ : যিটোৰ অৱনতি ঘটিছে বা যাৰ ব্যৱহাৰ ভাল নহয়
ଉଦାହରଣ : অধঃপতিত লোকে সমাজক ৰসাতললৈ নিয়ে
ସମକକ୍ଷ : অধঃপতিত, অধোগত, অৱনত, পতিত
ଅର୍ଥ : যি নমিত নহয়
ଉଦାହରଣ : বন্দী অৱস্থাতো পুৰুৱে আলেকজেণ্ডাৰৰ ওচৰত শিৰ অৱনমিত নকৰিলে
ସଂସ୍ଥାପନ କରନ୍ତୁ