ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ অৱনত ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

অৱনত   বিশেষণ

ଅର୍ଥ : তলমূৰ কৰি থকা

ଉଦାହରଣ : ফলেৰ অৱনত হৈ থকা ডালবোৰ মাটিত লাগি আছে

ସମକକ୍ଷ : নত

ଅର୍ଥ : আগৰ ফালে হাউলি থকা

ଉଦାହରଣ : অৱনত শাখাবোৰ কাটি দিয়াই ভাল হʼব

ଅର୍ଥ : যি তলমূৰ কৰি আছে

ଉଦାହରଣ : ফল লগাৰ সময়ত গছবোৰ অধোনমিত হয়

ସମକକ୍ଷ : অধোগত, অধোগামী, অধোনমিত, অধোমুখী, অৱনমিত, নিম্নগত, নিম্নগামী

ଅର୍ଥ : যিটোৰ অৱনতি ঘটিছে বা যাৰ ব্যৱহাৰ ভাল নহয়

ଉଦାହରଣ : অধঃপতিত লোকে সমাজক ৰসাতললৈ নিয়ে

ସମକକ୍ଷ : অধঃপতিত, অধোগত, অৱনমিত, পতিত

ଅର୍ଥ : যাৰ দৰ বা ভাও কমি গৈছে

ଉଦାହରଣ : বজাৰলৈ নতুন নতুন উৎপাদিত বস্তু অহাৰ কাৰণে প্রত্যেক বস্তুৰ দাম কমি গৈছে

ସମକକ୍ଷ : কম, মন্দা