ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : অভিমান কৰা ব্যক্তি
ଉଦାହରଣ : মই সেই অভিমানীৰ ্ছাঁটোৰ পৰাও দূৰত থাকিব বিচাৰো
ସମକକ୍ଷ : অভিমানী, অহঙ্কাৰী, দম্ভী, ্গর্বী
ଅର୍ଥ : অহংকাৰ দেখুৱাওতা
ଉଦାହରଣ : তেওঁ ্ইমান অহংকাৰী যে কথাই পাতিবলৈয়ো মন নকৰে
ସମକକ୍ଷ : গঙাটোপ, দম্ভী, দাম্ভিক, ্মদগর্বী
ଅର୍ଥ : যি অভিমান, দর্প, ্ অহংকাৰ আদিৰে ভৰি আছে:অহংকাৰী মানুহ সমাজৰ কলংক স্বৰূপ
ଉଦାହରଣ :
ସମକକ୍ଷ : ্ গর্বী, ্ দর্পী
ଅର୍ଥ : নিজকে নিজে ডাঙৰ বুলি ভবা লোক
ଉଦାହରଣ : অহংকাৰী মানুহে আনৰ প্রশংসা শুনিব নোৱাৰে
ସମକକ୍ଷ : আত্ম-প্রশংসক
ସଂସ୍ଥାପନ କରନ୍ତୁ