ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ অস্থিময় ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

অস্থিময়   বিশেষণ

ଅର୍ଥ : যাৰ নি্র্মাণ অস্থি বা হাড়েৰে কৰা হৈছে

ଉଦାହରଣ : ৰজাৰ মহলৰ নি্র্মাণ অস্থিযুক্ত বস্তুৰে কৰা হৈছে

ସମକକ୍ଷ : অস্থিনির্মিত, অস্থিযুক্ত

ଅର୍ଥ : যʼত অৱশিষ্ট হিচাপে কেৱল হাড় থাকি গৈছে

ଉଦାହରଣ : দুই-তিনিমাহ ধৰি আহাৰ নোখোৱাৰ কাৰণে তেওঁৰ ্আইতাকৰ শৰীৰ অস্থিময় হৈ পৰিছে