ଅର୍ଥ : যি অলপ সময় বা দিনহে থাকে
ଉଦାହରଣ :
জীৱনত সুখ ক্ষণস্থায়ী
ସମକକ୍ଷ : অথিৰ, অনিত্য, ক্ষণভংগুৰ, ক্ষণভঙ্গুৰ, ক্ষণস্থায়ী
ଅର୍ଥ : যাক কাৰোবাৰ ঠাইত কাম চলোৱাৰ উদ্দেশ্যে কিছু সময়ৰ কাৰণে ৰখা হয়
ଉଦାହରଣ :
এই কার্যালয়টোত মহেশত বাদ দি বাকী সকলো অস্থায়ী