ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : খেতিৰ অনুপযোগী আৰু অধিক পৰিমাণে খাৰ থকা মাটি
ଉଦାହରଣ : বহুদিন ধৰি খেতি নকৰাৰ ফলত এই মাটিখিনি অসাৰুৱা হৈ পৰিল
ସମକକ୍ଷ : অসাৰুৱা, উখৰ ভূমি, উখৰ মাটি, চনপৰা মাটি, ছন মাটি, পতিত মাটি
ସଂସ୍ଥାପନ କରନ୍ତୁ