ଅର୍ଥ : বল বা শক্তি নোহোৱা বা খুউব কম হোৱা অৱস্থা বা ভাব
ଉଦାହରଣ :
দুর্বলত্াৰ ্ কাৰণে মহেশ যাব নোৱাৰিলে
ସମକକ୍ଷ : দুর্বলত্া, বলহীনতা, শক্তিহীনতা
ଅର୍ଥ : অযোগ্য হোৱা অৱস্থা বা ভাব
ଉଦାହରଣ :
অযোগ্যতাৰ কাৰণে তেওঁ এই পদটো নাপালে
ସମକକ୍ଷ : অদক্ষতা, অনিপুণতা, অনুপযুক্ততা, অনুপযোগিতা, অনৈপুণ্য, অপটুতা, অযোগ্যতা