ଅର୍ଥ : * পূর্ণৰূপত সফল ্নোহোৱা বা পতন হোৱা
ଉଦାହରଣ :
আপোনাৰ কাৰণে মোৰ যোজনা অসফল হʼল
ସମକକ୍ଷ : ফেইল হোৱা
ଅର୍ଥ : যুদ্ধ, খেল, প্রতিযোগিতা আদিত প্রতিপক্ষৰ সন্মুখত বিফল হোৱা কার্য
ଉଦାହରଣ :
মহাভাৰতৰ যুদ্ধত কৌৰৱ পক্ষ হাৰিছিল
ସମକକ୍ଷ : পৰাজিত হোৱা, হৰা