ଅର୍ଥ : তৃপ্তি নোপোৱা অৱস্থা
ଉଦାହରଣ :
আনন্দই ভগৱান বুদ্ধক মনৰ অতৃপ্তি দূৰ কৰাৰ উপায় সুধিলে
ସମକକ୍ଷ : অতুষ্টি, অতৃপ্তি, অপৰিতোষ, অসন্তুষ্টি
ଅର୍ଥ : অপ্রসন্ন হোৱা অৱস্থা বা ভাব
ଉଦାହରଣ :
আপোনাৰ অসন্তুষ্টিৰ কাৰণটোনো কি ?
ସମକକ୍ଷ : অপ্রসন্নতা, অসন্তুষ্টি