ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি কথা বা কামে কাৰোবাৰ মান বা প্রতিষ্ঠা হানি কৰে
ଉଦାହରଣ : আমি কাকো অনাহকত অপমান কৰা উচিত নহয়
ସମକକ୍ଷ : অনাদৰ, অপদস্থ, অপমান, অসন্মান, অৱজ্ঞা, অৱমাননা, অৱহেলা, উপেক্ষা, তিৰস্কাৰ
ଅର୍ଥ : আস্থা বা শ্রদ্ধাৰ অভাৱ
ଉଦାହରଣ : অনাস্থাৰে কৰা পূজা কেতিয়াও সফল নহয়
ସମକକ୍ଷ : অনাস্থা, আস্থাৰহিত, শ্রদ্ধাৰহিত
ସଂସ୍ଥାପନ କରନ୍ତୁ