ଅର୍ଥ : বেয়া লক্ষণ বা চিন
ଉଦାହରଣ :
ঘৰৰ পৰা ওলোৱা সময়ত কোনোবাই হাচিওৱা অশুভ লক্ষণ বুলি ধৰা হয়
ସମକକ୍ଷ : কুলক্ষণ
ଅର୍ଥ : যি লক্ষণ অশুভৰ পৰিচায়ক
ଉଦାହରଣ :
ৰামে লংকাত প্রবেশ কৰোতেই অশুভ লক্ষণে দেখা দিলে
ସମକକ୍ଷ : অমংগল