ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ অশান্তি ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

অশান্তি   বিশেষ্য

ଅର୍ଥ : অনির্ণীত পৰিস্থিতিত মনৰ মাজত হোৱা উগুল-থুগুল ভাব

ଉଦାହରଣ : পৰস্পৰ বিৰোধী ভাবৰ কাৰণে তেওঁৰ মনত অশান্তি হৈ আছে

ସମକକ୍ଷ : চাঞ্চল্য, ্অশাঁতি

ଅର୍ଥ : কোনো ভয়ানক বা চিন্তাজনক ঘটনাৰ কাৰণে মানুহে খোৱা ভয় যাৰ ফলস্বৰূপে মানুহে নিজক ৰক্ষা কৰাৰ উপায় চিন্তা কৰে

ଉଦାହରଣ : বোমা বিস্ফোৰণৰ লগে লগে মানুহৰ মাজত অশান্তি বিয়পি পৰিল

ସମକକ୍ଷ : উদ্বেগ, ক্ষোভ

ଅର୍ଥ : আমনি দিয়া কথা আদি

ଉଦାହରଣ : আপুনি আপোনাৰ অশান্তিৰ কথা কওক, তাৰ সমাধানৰ উপায় বিচৰাৰ চেষ্টা কৰা হʼব

ଅର୍ଥ : ভয়, চিন্তা আদিৰ কাৰণে মস্তিষ্কৰ কোষবোৰত চাপ পৰাৰ কাৰণে বিকলতা অনুভৱ কৰা অৱস্থা

ଉଦାହରଣ : মানসিক অশান্তিৰ কাৰণে তেওঁ ্বেমাৰত পৰিল

ସମକକ୍ଷ : বিহ্বলতা, মানসিক চাপ